Meaning : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
Example :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
Synonyms : ভাব, মনোভাবনা, মানসিক ভাব
Meaning : মনৰ অৱস্থা
Example :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
Synonyms : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা