Meaning : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
Example :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
Synonyms : মনোবৈজ্ঞানিক
Meaning : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
Example :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
Synonyms : মনোবৈজ্ঞানিক