Meaning : মানি লোৱা
Example :
ঠেহ পতা ৰাণীয়ে মানিলে
Meaning : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
Example :
মই তেখেতক বহুত মানো
Meaning : সহমত হোৱা
Example :
মই আপোনাৰ কথা স্বীকাৰ কৰোঁ
Synonyms : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা
Meaning : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
Example :
মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
Synonyms : মানি লোৱা, স্বীকাৰ কৰা
Meaning : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
Example :
মই নিৰাকাৰ ঈশ্বৰক মানো
Meaning : মহত্ত্ব বুজি পোৱা
Example :
এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক