Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মনপচন্দ from অসমীয়া dictionary with examples, synonyms and antonyms.

মনপচন্দ   বিশেষণ

Meaning : ৰুচিৰ অনুকূল বা ভাল লগা

Example : এইয়া মোৰ পচন্দৰ খাদ্য

Synonyms : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনোমত, ৰুচিকৰ

Meaning : যিটো নিজৰ মনৰ অনুযায়ী কৰা হৈছে

Example : এজন ডাঙৰ বিষয়াই নিজৰ বিভাগত কিছুমান মনপচন্দৰ নিযুক্তি দিলে