Subscribe
URL of the page has been copied to clipboard.
Meaning : মধ্যকালৰ সৈতে সম্বন্ধ থকা
Example : তেওঁ কিছুমান মধ্যযুগীয় বস্তুৰ অনুসন্ধান কৰি আছে
Synonyms : মধ্যকালীন, মধ্যযুগৰ
Meaning : মধ্যযুগৰ বা মধ্যযুগ সম্বন্ধীয়
Example : এই প্রাসাদটো মধ্যযুগীয় শিল্পকলাৰ এক নি্দর্শন
Install App