Subscribe
URL of the page has been copied to clipboard.
Meaning : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
Example : এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
Synonyms : আদবয়সীয়া, প্রৌঢ়, মধ্যবয়স্ক
Meaning : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
Example : আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
Synonyms : আদহীয়া, প্রৌঢ়
Install App