Meaning : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
Example :
দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল
Synonyms : নিচাখোৰ
Meaning : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
Example :
নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
Synonyms : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত