Meaning : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
Example :
আইতাই ককাক ইংগিতেৰে মাতি আছে
Meaning : আমন্ত্রণ জনোৱা
Example :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
Synonyms : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
Meaning : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
Example :
ৰাতিপুৱা চৰায়ে মাতে
Meaning : কোনো পৰিচিতৰ লগত কথা কোৱা
Example :
আজিকালি শীলাই মোক নামাতে