Meaning : মণিপুৰত কোৱা ভাষা
Example :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
Meaning : মণিপুৰৰ অধিবাসী
Example :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
Meaning : মণিপুৰত থকা বা বসতি কৰা
Example :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
Meaning : মণিপুৰৰ সৈতে সম্বন্ধ থকা
Example :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
Meaning : মণিপুৰী ভাষাত ৰচিত
Example :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?