Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মডেল from অসমীয়া dictionary with examples, synonyms and antonyms.

মডেল   বিশেষ্য

Meaning : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ

Example : মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা

Meaning : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

Example : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

Synonyms : আর্হি, নমুনা

Meaning : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি

Example : মডেলো এক প্রকাৰৰ কলাকাৰ