Subscribe
URL of the page has been copied to clipboard.
Meaning : সাধু-সন্তৰ নিবাস স্থল
Example : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
Synonyms : আশ্রম
Meaning : বুদ্ধদেৱৰ মতে পূজা কৰা মন্দিৰ
Example : কুশীনগৰত ভালেমান মঠ আছে
Synonyms : বৌদ্ধ মন্দিৰ
Install App