Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মঞ্জুৰি from অসমীয়া dictionary with examples, synonyms and antonyms.

মঞ্জুৰি   বিশেষ্য

Meaning : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

Example : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

Synonyms : অনুজ্ঞা দান, সন্মতি, সুযোগ

Meaning : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব

Example : ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে

Synonyms : অনুমতি