Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মঞ্চ from অসমীয়া dictionary with examples, synonyms and antonyms.

মঞ্চ   বিশেষ্য

Meaning : নাটশালা আদিৰ যি বিশেষ স্থানত অভিনেতা অভিনেত্রীসকলে অভিনয় কৰে

Example : মই ৰংগমঞ্চৰ একেবাৰে ওচৰৰ পৰা নাটক চাই আছিলোঁ

Synonyms : ৰংগভূমি, ৰংগমঞ্চ, ৰংগশালা, ৰঙ্গমঞ্চ

Meaning : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান

Example : নেতাজী মঞ্চৰ ওপৰত আছিল

Synonyms : ষ্টেজ

Meaning : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ

Example : মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে

Synonyms : বেদী