Meaning : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
Example :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
Synonyms : পাৰিশ্রমিক
Meaning : মজদুৰে পোৱা পাৰিশ্রমিক
Example :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
Meaning : পাৰিশ্রমিকৰ দান
Example :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
Synonyms : পাৰিশ্রমিক, বানচ