Subscribe
URL of the page has been copied to clipboard.
Meaning : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
Example : ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
Synonyms : মাজু
Meaning : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
Example : এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
Synonyms : মধ্যমীয়া
Meaning : মধ্যম আকাৰৰ
Example : এই গছজোপাত মজলীয়া আকাৰৰ ফল লাগে
Install App