Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
Example :
Synonyms : অশিথিল, দৃঢ়
Meaning : ভালেমান দিনলৈকে কাম দি থকা
Example : চেগুন কাঠৰ পৰা সজা সা-সৰঞ্জামৰ বস্তু মজবুত হয়
Install App