Meaning : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
Example :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
Synonyms : মচুৰ গছ, মচুৰ মাহৰ গছ
Meaning : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
Example :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
Synonyms : মচুৰ মাহ