Subscribe
URL of the page has been copied to clipboard.
Meaning : দূৰত্ব অনুযায়ী সূর্যৰ ্ পৰা চাৰি নম্বৰৰ গ্রহ
Example : বৈজ্ঞানিকে মঙ্গল গ্রহৰ বিষয়ে আৰু অধিক তথ্য সংগ্রহৰ চেষ্টা কৰি আছে
Synonyms : ভৌম, মঙ্গল গ্রহ
Meaning : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
Example : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, মংগল, শুভ
Install App