Subscribe
URL of the page has been copied to clipboard.
Meaning : মূৰৰ ভিতৰৰ সাৰ অংশ
Example : মগজুৰ সংৰচনা বৰ জটিল
Synonyms : ঘিউ, মস্তিষ্ক, মাথা
Meaning : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
Example : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
Synonyms : চিত্ত, পেট, মন, মানস
Meaning : মগজ সম্বন্ধীয়
Example : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
Synonyms : মস্তিষ্ক, মূৰ
Install App