Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রায় সকলো ঠাইতে পোৱা উৰিব পৰা এবিধ সৰু পতঙ্গ
Example : চাফ-চিকুণ নোহোৱাৰ কাৰণে গোটেই ঘৰখনত মাখিয়ে ভেন-ভেনাই আছে
Synonyms : মাখি
Meaning : যিকোনো বস্তুত সাধাৰণতে উৰি আহি পৰা এবিধ কʼলা বৰণীয়া দুখন পাখি থকা পতঙ্গ!
Example : গোবৰত মাখিবোৰে ভুনভুনাই আছে
Synonyms : মক্ষী, মাখি
Install App