Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
Example : সকলোৰে মংগল হোৱা কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, লাভ, হিত
Meaning : কুশল হোৱাৰ অৱস্থা বা ভাৱ
Example : সকলোৰে মংগল ভগৱানৰ হাতত আছে
Synonyms : কল্যাণ, কুশল
Meaning : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
Example : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
Synonyms : কল্যাণ, ভাল, মঙ্গল, শুভ
Install App