Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভৰোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ভৰোৱা   ক্ৰিয়া

Meaning : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

Example : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

Synonyms : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া

Meaning : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

Example : এই টেমাটোত সাত কিলো আটা সোমায়

Synonyms : সোমোৱা

Meaning : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

Example : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

Synonyms : পূৰোৱা, পোতা, ভর্তি কৰা

Meaning : কোনো বস্তু কিহবাৰ ওপৰত দিয়া

Example : লʼৰাটোৱে মুখত কলমটো ভৰালে

Meaning : খাটা, কাগজ আদিত লিখোৱা

Example : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

Synonyms : লিখা, লিখোৱা

Meaning : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

Example : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

Synonyms : ভৰা