Subscribe
URL of the page has been copied to clipboard.
Meaning : ভর্তি কৰা কার্য
Example : গুদামত ধান ভৰাই থকা হৈছে
Meaning : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
Example : বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
Synonyms : ভৰি যোৱা
Meaning : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
Example : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
Synonyms : ভৰোৱা
Install App