Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
Synonyms : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, সঁ্জাত, সঞ্জাত
Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
Meaning : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে
Example : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে
Synonyms : আশা
Install App