Meaning : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
Example :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
Meaning : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
Example :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
Synonyms : ভুল ধাৰণা