Meaning : ভ্রষ্টাচাৰত লিপ্ত ব্যক্তি
Example :
ভ্রষ্টাচাৰীয়ে আমাৰ দেশখন খুলি-খুলি খাইছে
Meaning : ভ্রষ্টাচাৰৰ সৈতে সম্বন্ধ
Example :
ভ্রষ্টাচাৰী গতিবিধিত লিপ্ত হোৱাৰ কাৰণে তেওঁ নিলম্বিত হʼল
Meaning : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
Example :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
Synonyms : চৰিত্রহীন, দুশ্চৰিত্র, দুৰাচাৰী