Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভোমোৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

ভোমোৰা   বিশেষ্য

Meaning : ত্রিফলাৰ অন্তর্গত ঔষধ হিচাপে ব্যৱহাৰ কৰা এবিধ বনৰীয়া গছ:এই হাবিখনত বহুতো ভোমোৰাৰ গছ আছে

Example :

Synonyms : ভোমোৰা গছ

Meaning : কʼলা ৰঙৰ এবিধ পতংগ

Example : ভোমোৰাই ফুলৰ ওপৰত উৰি আছে সুৰদাসে ভ্রমৰক লৈ ভ্রমৰগীত লিখিছিল

Synonyms : অলি, অলিন্দ, দ্বিৰেফ, ভৃঙ্গ, ভ্রমৰ, ভ্রমৰক