Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰন্ধা আহাৰ পোৱা ঠাই
Example : মই নিৰামিষ ভোজনালয়ত ভোজন কৰিলোঁ
Synonyms : হোটেল, ৰেস্তোঁৰা
Meaning : আহাৰ গ্রহণ কৰা কোঠা বা ঠাই
Example : গীতাই ভোজন-কক্ষত আলহীক আহাৰ দিছে
Synonyms : ভোজন গৃহ, ভোজন-কক্ষ
Install App