Subscribe
URL of the page has been copied to clipboard.
Meaning : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
Example : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
Synonyms : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
Meaning : ততাতৈয়াকৈ খোৱা কার্য
Example : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
Synonyms : ভক্ষণ কৰা
Meaning : বাহি থোৱা ভোজন গ্রহণ কৰা
Example : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
Synonyms : খোৱা
Install App