Subscribe
URL of the page has been copied to clipboard.
Meaning : বস্তুৰ উপভোগ কৰা বা সুখভোগ কৰা এক অৱস্থা
Example : এতিয়া আমাৰ ভোগবিলাসৰ দিন পাৰ হʼল
Synonyms : ভোগবিলাস
Meaning : সুবিধা ভোগ কৰা কার্য
Example : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
Synonyms : উপভোগ, সম্ভোগ, সুখ-ভোগ
Install App