Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো দেৱ-দেৱতাক অর্চন ্ কৰা ভোগ সামগ্রী:ভগৱানৰ পূজাত নৈবেদ্য দিছে
Example :
Synonyms : নৈবেদ্য, শৰাই
Meaning : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
Example : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
Synonyms : উপভোগ
Meaning : সুখ-দুখ আদিৰ অনুভৱ কৰা কার্য
Example : মানুহে নিজৰ ্কর্মৰ ফল ্ভোগ কৰিবলগীয়া হয়
Install App