Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ভোক লাগিছে
Example : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত
Example : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
Synonyms : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল
Meaning : যাৰ সদায় ভোক লাগি থাকে
Example : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে
Meaning : যি ভোকত মৰো মৰো হয়
Example : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
Synonyms : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল
Install App