Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ভেদন কৰিব পৰা যায়
Example : চিকাৰীৰ বাণত ভেদ্য পক্ষীটো মাটিত আহি পৰিল
Synonyms : ভেদনীয়
Meaning : যিটো ভেদ কৰা বা ছেদ কৰা হৈছে
Example : তেওঁ ভেদক নিচানটোত বাৰে বাৰে ভেদ কৰি আছে
Synonyms : ভেদক, ভেদিত
Meaning : যাক ভেদ কৰিব পাৰি
Example : এইটো ভেদ্য দুর্গ
Install App