Subscribe
URL of the page has been copied to clipboard.
Meaning : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
Example : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
Synonyms : ইতিকিং, উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস
Meaning : কোনোৱে অভিমান কৰি ভাও দেখুৱা কার্য ্বা ভাব
Example : তেওঁৰ ভেঙুচালিবোৰ মোৰ ভাল লাগে
Synonyms : ভাও-ভংগি, ভাও-ভঙ্গি
Install App