Subscribe
URL of the page has been copied to clipboard.
Meaning : বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী
Example : বৰষুণৰ দিনত ঠায়ে ঠায়ে বেং জঁপিয়াই ফুৰা দেখা যায়
Synonyms : দাদুৰ, বেং, ভেক, ভেকুলী
Meaning : ভেকুলীৰ মতা
Example : শিশুৱে মতা ভেকুলী আৰু মাইকী ভেকুলীৰ মাজত একো পার্থক্য বিচাৰি নাপায়
Synonyms : ভেকুলী, মতা ভেকুলী
Install App