Subscribe
URL of the page has been copied to clipboard.
Meaning : পাৰ হৈ যোৱা কাল বা সময়
Example : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
Synonyms : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূতকাল
Meaning : অতীত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
Example : অতীত কালৰ কিছুমান উদাহৰণ দিয়া
Synonyms : অতীত কাল, ভূত
Install App