Meaning : ভূটানৰ অধিবাসী
Example :
ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
Synonyms : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
Meaning : ভূটান দেশৰ ভাষা
Example :
ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
Meaning : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
Example :
তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
Meaning : ভূটান দেশত থকা বা বসতি কৰা
Example :
এই আলোচনা ভূটীয়া লোকৰ হিতৰ পক্ষত নাই
Synonyms : ভূটীয়া
Meaning : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
Example :
মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে