Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভূ-ভৌতিক বিজ্ঞান from অসমীয়া dictionary with examples, synonyms and antonyms.

Meaning : পৃথিৱীৰ অভ্যন্তৰ তথা খোলা অংশৰ আৰু জলস্তৰৰ লগতে আৱহাৱাৰ ভৌতিক গুণাগুণৰ বিচাৰ-বিশ্লেষণ কৰি কোনো সিদ্ধান্ত সম্পর্কে অধ্যয়ন কৰা বিজ্ঞানৰ এটি বিভাগ

Example : তেওঁৰ ভূ-পদার্থ বিজ্ঞানত যথেষ্ট ৰাপ আছে

Synonyms : ভূ-পদার্থ বিজ্ঞান