Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভূ-তত্ত্ব from অসমীয়া dictionary with examples, synonyms and antonyms.

ভূ-তত্ত্ব   বিশেষ্য

Meaning : পৃথিৱীৰ অভ্যন্তৰ তথা পৃথিৱী পৃষ্ঠৰ প্রস্তৰ, আকৰ, জীৱাশ্ম আৰু পৃথিৱীৰ বুৰঞ্জী অধ্যয়ন কৰা শাস্ত্র বা বিজ্ঞানৰ এটি বিভাগ

Example : ভূতত্ত্ব তেওঁৰ পচন্দৰ বিষয়

Synonyms : ভূ-বিজ্ঞান, ভূ-বিদ্যা, ভূতত্ত্ব, ভূবিদ্যা