Subscribe
URL of the page has been copied to clipboard.
Meaning : ভূমি খণ্ড
Example : প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
Synonyms : ভূ-ভাগ
Meaning : পানী নথকা ভূমি ভাগ
Example : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
Synonyms : থল, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
Install App