Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ভয়েৰে ভৰি আছে
Example : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
Synonyms : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক
Meaning : প্রয়োজনতকৈ অধিক
Example : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
Synonyms : অত্যধিক, ভয়ংকৰ, ভয়ানক
Meaning : যি অন্তৰ বিদাৰণ কৰে
Example : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
Synonyms : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ
Meaning : বহুত গভীৰ পৰিণতিযুক্ত
Example : হত্যা এক ঘোৰ অপৰাধ
Synonyms : ঘোৰ, ডাঙৰ, ভয়ংকৰ
Install App