Subscribe
URL of the page has been copied to clipboard.
Meaning : যুধিষ্ঠিৰৰ সৰু ভায়েক যি অর্জুনতকৈ সৰু আছিল
Example : ভীম বহুত শক্তিশালী আছিল
Synonyms : বৃকোদৰ, ভীমসেন
Meaning : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
Example : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
Synonyms : বেলন, ৰোলাৰ
Install App