Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভীতি-বিহ্বল হোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

Meaning : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা

Example : গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল

Synonyms : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, পেপুৱা লগা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা