Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো নির্দিষ্ট সময়, স্থান, সীমা আদিৰ মাজত থকা অৱস্থিতি
Example : মই দুঘণ্টাৰ ভিতৰতে ঘূৰি আহিম
Synonyms : অন্তৰি, ভিতৰতে, ভিতৰি ভিতৰি, ্আঁহে-কোঁহে
Meaning : কোনো নিশ্চিত সীমা বা স্থান আদিৰ ভিতৰ ভাগ
Example : অনুগ্রহ কৰি ভিতৰলৈ আহক মোৰ মনৰ ভিতৰত ভয় সোমাই গʼল
Synonyms : অভ্যন্তৰত, ভিতৰলৈ
Install App