Subscribe
URL of the page has been copied to clipboard.
Meaning : বোজা কঢ়িওৱা কামত লগোৱা পশু
Example : গাধ এবিধ ভাৰবাহী পশু
Synonyms : বোজা কঢ়িওৱা পশু, বোজা বাহক পশু, ভাৰবাহী জন্তু, ভাৰবাহী পশু
Meaning : যিয়ে ভাৰ কঢ়িয়াবলৈ সক্ষম বা যাৰ জৰিয়তে ভাৰ বা বোজা কঢ়িওৱা হয়
Example : গাধ এটা বোজাবাহক পশু
Synonyms : বোজাবাহক, বোজাবাহী, ভাৰবাহক
Install App