Subscribe
URL of the page has been copied to clipboard.
Meaning : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
Example : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
Synonyms : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
Meaning : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
Example : আজি শচীনে ভাল খেলিলে
Synonyms : বঢ়িয়া, ভাল
Meaning : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
Example : মোৰ ধেমালিবোৰ ভালদৰে লʼব
Synonyms : ভালধৰণে
Meaning : পৰিচিত ৰূপত
Example : মই মহেশক ভালদৰে জানোঁ
Meaning : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
Example : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
Install App