Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভাল from অসমীয়া dictionary with examples, synonyms and antonyms.

ভাল   বিশেষ্য

Meaning : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

Example : সকলোৰে মংগল হোৱা কাম কৰা উচিত

Synonyms : কল্যাণ, মংগল, লাভ, হিত

Meaning : উত্তম হোৱাৰ অৱস্থা

Example : চৰিত্র ভালেই সকলো ভাল

Synonyms : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

Meaning : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

Example : সৎলোকে সকলোৰে উপকাৰ সাধে

Synonyms : উপকাৰ, হিত

Meaning : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

Example : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

Synonyms : কল্যাণ, মংগল, মঙ্গল, শুভ

Meaning : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

Example : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

Synonyms : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

Meaning : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

Example : আজি শচীনে ভাল খেলিলে

Synonyms : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

Meaning : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

Example : মোৰ ভাল , আপোনাৰ ভালনে ?

Synonyms : বঢ়িয়া

Meaning : যি ৰুচিৰে ভৰপূৰ

Example : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

Synonyms : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

Meaning : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

Example : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

Synonyms : উত্তম, সৎ

Meaning : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

Example : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

Synonyms : সজ্জন, সাধু, সুজন, সৎ

Meaning : যি গুণেৰে ভৰা

Example : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

Synonyms : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

Meaning : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

Example : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

Synonyms : বঢ়িয়া

Meaning : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

Example : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

Synonyms : বঢ়িয়া

Meaning : যিটো অশ্লীল নহয়

Example : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

Synonyms : মার্জিত, শ্লীল