Subscribe
URL of the page has been copied to clipboard.
Meaning : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
Example : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
Synonyms : খিয়াল, খেয়াল, ভাব, মনোভাব
Meaning : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
Example : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
Synonyms : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
Install App