Subscribe
URL of the page has been copied to clipboard.
Meaning : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
Example : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
Synonyms : খিয়াল, খেয়াল, ভাবনা, মনোভাব
Meaning : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
Example : মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
Synonyms : মনোভাব, মনোভাবনা, মানসিক ভাব
Install App