Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
Example : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
Synonyms : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
Meaning : বহুত ধন থকা কোষ বা স্থান
Example : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
Synonyms : কোষ, কোষাগাৰ, খাজানা
Meaning : সঞ্চিত ধন, জ্ঞান আদি
Example : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
Synonyms : কোষ, খাজানা, নিধি
Meaning : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
Example :
Synonyms : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
Meaning : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
Example : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
Synonyms : ভঁ্ৰাল, সাগৰ
Install App